:পুৰণি অসুখ: নিৰোদ বৰা

আৰ্তনাদ মাজ নিশাত
বিষ এটা বিয়পিছে
টোপনিৰ কোলাত
মানুহ বোৰে কপালত থপৰিয়াইছে
নিৰাময়ৰ আশাত
বিষ জৰা মন্ত্ৰৰ
শেষৰ টান টোৰ দৰে
পলকতে উটি গৈছে সৰ্বস্ব
লুণীয়া মাটিৰ বোকোচাত ।

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on 10 অক্টোবৰ, 2014, in কবিতা. Bookmark the permalink. এটা মন্তব্য.

  1. আপ্লুত হলো।সকলোবোৰ লেখায়েই সৰ্ব্বাংগ সুন্দৰ ।অসমীয়া ভাষাত এনেকুৱা এখন আলোচনীৰ চিন্তা সচাকৈয়ে প্ৰশংসনীয় বিষয় ।
    মোৰ আন্তৰিক শুভেচ্ছা সদায় থাকিব ।

মতামত দিয়ক