Monthly Archives: ফেব্ৰুৱাৰী 2014

ৰঙা মদাৰ – অনিন্দিতা কলিতা

পথত অলেখ হেঙাৰ
ধাৰক যন্ত্ৰণাৰ
অধৰত ৰক্তাভ হাঁহি
দেহত পূৰ্ণ যৌৱনৰ
উমাল পিপাসী দৃষ্টি

আকাশত অগ্নিজ আবিৰ সানি
ৰিক্ত ফাগুনৰ তই পোৱাল-মণি!!

Advertisements
%d bloggers like this: