Category Archives: কুইজ

কুইজ জিলিঙনি : ২

১/সৰ্বপ্ৰথম অসমীয়া বুৰঞ্জী লিখক কোন ?

২/অৰুণোদই কাকতৰ প্ৰথম সম্পাদকজনৰ নাম কি ?

৩/অসমীয়া গদ্য সাহিত্যৰ জনক কোন ?

৪/প্ৰথম অসমীয়া লেখিকা গৰাকীৰ নাম কি ?

৫/প্ৰথম অসমীয়া উপাচাৰ্য কোন ?

সংগ্রাহক- দীপজ্যোতি শৰ্মা

কুইজ জিলিঙনি ১ ৰ উত্তৰ সমূহ- ১/মকৰ সংক্ৰান্তি ২/ চাপকন ৩/ৰামধন গগনা ৪/সুতুলি ৫/ভঠেলি ৬/মুগা সূতা

(বিদ্ৰ:- কুইজৰ উত্তৰ সমূহ আমাৰ ই মেইললৈ সম্পূৰ্ণ নাম ঠিকনাৰে প্ৰেৰণ কৰক,শুদ্ধ উত্তৰ দিয়া সকলৰ মাজৰ পৰা এজনক লটাৰি যোগে পুৰস্কৃত কৰা হ’ব )

%d bloggers like this: