Category Archives: কুইজ
কুইজ জিলিঙনি : ২
১/সৰ্বপ্ৰথম অসমীয়া বুৰঞ্জী লিখক কোন ?
২/অৰুণোদই কাকতৰ প্ৰথম সম্পাদকজনৰ নাম কি ?
৩/অসমীয়া গদ্য সাহিত্যৰ জনক কোন ?
৪/প্ৰথম অসমীয়া লেখিকা গৰাকীৰ নাম কি ?
৫/প্ৰথম অসমীয়া উপাচাৰ্য কোন ?
সংগ্রাহক- দীপজ্যোতি শৰ্মা
কুইজ জিলিঙনি ১ ৰ উত্তৰ সমূহ- ১/মকৰ সংক্ৰান্তি ২/ চাপকন ৩/ৰামধন গগনা ৪/সুতুলি ৫/ভঠেলি ৬/মুগা সূতা
(বিদ্ৰ:- কুইজৰ উত্তৰ সমূহ আমাৰ ই মেইললৈ সম্পূৰ্ণ নাম ঠিকনাৰে প্ৰেৰণ কৰক,শুদ্ধ উত্তৰ দিয়া সকলৰ মাজৰ পৰা এজনক লটাৰি যোগে পুৰস্কৃত কৰা হ’ব )
Advertisements