অনুভৱ: – জ্যোতিৰ্ময় হাজৰিকা

অলপতে যোৰহাটৰ Circuit House ত অসমৰ মাননীয় ৰা‍জ‍্যপাল মহোদয় শ‍্ৰীযুত বানোৱাৰীলাল পুৰোহিতৰ সৈতে এক সৌজন‍্যতামূলক আলোচনাত Feature Film FALGU ৰ Director Mr.Pradip Chandra Dutta, Chief Artistic Examiner and Casting Director Mr. Jyotirmoy Hazarika and Cinematographer Mr. Sanjib Rx । মাননীয় পুৰোহিত জীয়ে ভাৰতৰ Prime Minister Narendra Modiৰ অফিচে FALGU ৰ Subject Matter ‘Natural Talent Vs. Acquired Talent ‘ ৰ প্ৰতি দেখুওৱা ইতিবাচক সঁহাৰিক গভীৰভাবে অনুধাৱন কৰে‌। নৱভাৰত গঢ়াৰ বাবে শিশু, কিশোৰ-কিশোৰী তথা যুৱক-যুৱতীৰ সঠিক মানসিক শিক্ষাৰ যে প্ৰয়োজন আছে মাননীয় ৰা‍জ‍্যপাল একমত হয়। উঠি অহা চামৰ বাবে তেওঁ কয় – It is ultimate Universal Truth towards the beautiful life of Younger generation. এই ক্ষেত্ৰত Team FALGU ৰ ভূমিকাক তেওঁ শলাগ লয়।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on জুলাই 12, 2017, in অনুভৱ. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: