অদাহ্য মোৰ ছায়া – -ধীৰাজ ফু কিন ম্যুঙ

মোৰ ছায়া
জীৱনৰে প্রেৰণা,
তুমি ৰ’দৰ আলোক অমিয়া।
মোৰ উচ্ছল অনুৰাগৰ
অনুবর্তী তুমি।
প্রণয়ৰ প্রহেলিকা নুবুজো মই।
তুমিতো
মোৰে ছায়া
অভিমান কিয় কৰা ?
আন্ধাৰত তুমি আঁতৰি যোৱা!

মই নাথাকিলে জানো
তুমি থাকিবা ?
মই
ন’হলে
তুমিওতো হেৰুৱাবা ঠিকনা !
মোৰ ছায়া,
মোৰ অনাগত প্রেৰণা হোৱা ।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on জুলাই 12, 2017, in কবিতা. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: