ডুখৰীয়া দুশৰীয়া – চামচুল হক

১।
জীৱন নৈ হৈ বৈ যায়
চকুলো চকুৰ খালত ৰৈ যায় ৷
২।
খুৰাৰ পৰা বুঢ়া হোৱালৈ যিমান দূৰ
বেলি লহিয়াই বুৰ যোৱালৈকে বোধকৰোঁ সিমান ৷
৩।
সাঁথৰৰ সুধাৰ বাবে ইমানলৈ বগাই ভাবিছোঁ
অৰ্থহীনতাৰ অৰ্থ বিচৰা ই পাগলৰ কাৰবাৰ নহয়নো কি ৷

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on এপ্ৰিল 11, 2017, in কবিতা. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: