শূন্যৰ সংজ্ঞা – সত্য গগৈ

আন্ধাৰত শূন্যটো জোন হয়
আৰু পোহৰত হেৰাই যায়
এনে এটা শূন্য ওলমি থাকে
মোৰ জীৱনৰ প্ৰতিটো পলত
হয়তু শূন্যই হাবিয়াসৰ আদি
অথবা অনাদিৰ অব্যক্ত পৰিচয়
ই হ’ব পাৰে আৰম্ভণি
ই অৱশ্যই হ’ব পাৰে শেষৰ হাঁহি
আচলতে শূন্যতে আৰ্ৱত জীৱন
পাৰ্থিৱেই হওক বা অপাৰ্থিৱ
অথচ সময়ৰ ছায়াছবিত
শূন্যই কয় অবিনাশী অনস্বৰতাৰ গাঁথা।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on ফেব্ৰুৱাৰী 9, 2017, in কবিতা. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: