হাঁহো আহক -চামছুল হক

দাঢ়ি খুৰোৱাৰ সপক্ষে যুক্তি দি মোৰ এজন বন্ধুৱে কৈছিল যে দাঢ়ি ৰখা মানুহবোৰ হেনো অসভ্যৰ (uncivilized) সমপৰ্যায়ৰ৷ কাৰণ আদিম যুগত ৰেজৰ, ব্লেড আদি আবিষ্কাৰ হোৱাই নাছিল৷ সুন্দৰ মুখাৱয়ব কিয়নো দাঢ়িয়ে-গোঁফে ভোবোকাৰ কৰি ৰাখিব লাগে৷ খলনায়কবোৰেহে তেনেকৈ থাকে৷ হেন কথাত মোৰ বিভিন্ন ৰাজনৈতিক দলৰ ব্যক্তিত্ব চকুৰ পটাত ভাঁহি উঠিল৷ তেওঁলোকো সঁচাকৈয়ে অসভ্যৰ সমপৰ্যায়ৰ নেকি?

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on এপ্ৰিল 10, 2016, in ৰহঘৰা. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: