সমীপেষু – অবি দাস

নজ্বলাবি
সোঁৱৰণীৰ চাকি,
নেদেখা আত্মালৈ নিয়মমাফিক স্তুতি;
“মৃত্যু উছৱ”
উদ্‌যাপনৰ নিলৰ্জ কুচকাৱাজ;
পাৰ যদি জ্বলাই দে
প্ৰেতাত্মাৰ চিতা
যিবোৰে জন্ম দিয়ে মৃত্যুৰ বিভীষিকা;
থান-বান কৰি থৈ যায়
জীৱন শৃংখল;
মৃত্যু
শিল্প নহয়,
মৃত্যুৰ পিছতো জীয়াই থাকে
যিবোৰ মৃত্যু…

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on নৱেম্বৰ 10, 2015, in কবিতা. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: