এটি গীত – কথা আৰু সুৰ: চামচুল হক

ৰাংঢালী ৰঙিলী তই আহিলি ওলাই
খোজঘন কঁকালটিৰে পদুলি কঁপাই
বাটে বাটে কদমৰ পাত বুটলি
তই আহিলি ওলাই
তই আহিলি ওলাই৷
বাটৰ আগৰ কেঁকুৰি
কোনে মাৰে সুহুৰি
কাষতে কলহটি লৈ কিনোবা তই বুজিলি
ঘাটতেহে পৰ যদি পিছলি
তই গাভৰু হ’লি
তই গাভৰু হ’লি ৷
বনৰীয়া বহু ফুল
ছিঙিবৰ মন যায়
সাঁচতীয়া বহু কথাত
আজি মন ৰাইজাই
দেশে দেশে দিব তোৰেই বাতৰি
তই গাভৰু হ’লি
তই গাভৰু হ’লি ৷
[১৯৮৮ চনতে লিখা গীতটি ভাতৃপ্ৰতীম শিল্পী খলিলুৰ ৰহমানে এলবাম এটিত গাবলৈ আগ্ৰহেৰে আগবাঢ়ি অহাত কৃতজ্ঞতা প্ৰকাশ কৰিলো]

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on নৱেম্বৰ 10, 2015, in কবিতা. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: