পদপথৰ স্মৃতি কঢ়িয়াই ණ জগদীশ দাস

সিদিন দুয়ো লগ হৈছিলোঁ
সন্ধিয়াৰ মহানগৰীৰ পদপথত
তুমি আহিছিলা
সময়ৰ অণু-পৰমাণু হৈ
মোৰ স’তে এখন্তেক দেখা হ’বলৈ
সেয়ে মিলনৰ পশ্চাৎ
তুমি এৰি গৈছিলা পদপথত
পদপথৰ এজন অচিনাকী পদযাত্ৰীদৰেই মোক
আৰু মই …
বুটুলি লৈছিলোঁ
তুমি গুচি যোৱাত
অজ্ঞাতে তোমাৰ
আমাৰ মিলনৰ এক মধুৰ স্মৃতি
মোৰ হৃদয়ৰ জোলোঙাত

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on চেপ্তেম্বৰ 10, 2015, in কবিতা. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: