অনুভৱ ණ চন্দনা শৰ্মা

০৯/০৮/২০১৫ তাৰিখ দেওবাৰে অসমীয়া অন্যতম জনপ্রিয় চেনেল প্রতিদিন টাইমৰ
“দেওবৰীয়া বিশেষ” নামৰ অনুষ্ঠানটোত উত্তৰ পুর্বাঞ্চলৰ লতা মংগেশকাৰ
হিচাপে খ্যাত দিপালী বৰঠাকুৰ বাইদেউৰ সন্মানার্থে দেখাত সাধাৰণ হ’লেও
অসাধাৰণ ৰূপত পৰিৱেশন কৰিলে৷ অনুষ্ঠানটোৰ অসাধাৰণতা এইটোৱে যে দিপালী
বাইদেউৰ শেষৰ আখৰ ‘লী’ৰ লগত সামঞ্জস্য ৰাখি আজিৰ প্রজন্মৰ মহিলা
কেইগৰাকীমান গায়িকাক ষ্টুডিয়লৈ মাতি আনি তেখেতে গোৱা কিছু গীত তেখেতসকলৰ
দ্বাৰা পৰিবৱেশন কৰিবলৈ দিয়া হয় ৷ যিকেইগৰাকী গায়িকাৰো নামৰ শেষৰ আখৰটো
দিপালী বাইদেউৰ দৰে ‘লী’ তেখেতসকল হ’ল – তৰালী, বর্ণালী, ভিতালী, গিতালী,
নির্মালী আৰু জুবলী৷ আমি ভাবো এইটো নিশ্চয়কৈ সাধৰণৰ মাজত অসাধাৰণ৷ আকৌ
উল্লেখনীয় যে দীপালী বাইদেউৰ যিকেইটা গান সেই গায়িকাসকলে গালে, লগে লগে
প্রায় প্রতিটো গানৰ সৃষ্টিৰ আঁৰৰ কাহিনীবিলাক কির্তী কমল ভূঞাৰ দ্বাৰা
বিশ্লষণ কৰায়৷ আমাক দীপালী বাইদেউৰ গানৰ আমেজ দিয়াৰ লগে লগে গানবিলাকৰ
সৃষ্টিৰ আঁৰৰ কাহিনীবিলাকো জানিবলৈ দিলে৷ ইয়াৰ বাবে অনুষ্ঠানটোৰ আঁতধৰোতা
নিতুমনি শইকীয়াসহিতে সমূহ প্রতিদিন টাইমৰ কর্মকর্তালৈ ধন্যবাদ জনালো৷

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on চেপ্তেম্বৰ 10, 2015, in অনুভৱ. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: